Question Answer for general knowledge in Assamese || সাধাৰন জ্ঞানৰ কিছু প্ৰশ্ন উত্তৰ ||


আজি যিহেতু মোৰ প্ৰথম ব্লগ সেয়েহে কি বুলি আৰম্ভ কৰো, ভাৱিয়ে পোৱা নাই | যিকিনহওক, মই ভাবিছো সাধাৰন জ্ঞানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্ন উত্তৰৰ কিছু অংশ আগবঢ়াও ---



উত্তৰসমুহ তলত উল্লেখ কৰা আছে ⬇

প্ৰশ্ন ১: এনেকুৱা কি বস্তুু, যিটো আপোনাৰ আগত যিমানেই বেছিকে থাকিব সিমানে আপুনি কম দেখা পাব ?


প্ৰশ্ন ২: কি বস্তুুৰ ছাঁ নাই ?

প্ৰশ্ন ৩: কোন মানুহৰ মৃত্যুদেহ ৰাতিহে শ্মশানলৈ নিয়া হয় ?

প্ৰশ্ন ৪: কোনবিধ প্ৰাণীৰ হৃিদয় মূৰত থাকে ?

প্ৰশ্ন ৫: কোনবিধ গছৰ তলত শুলে মানুহ মৃত্যু হব পাৰে ?

প্ৰশ্ন ৬: কি বস্তুু আমি জীৱনত দুবাৰ বিন়ামূল্য (ফ্ৰি) পাওঁ, কিন্তু তৃতীয়বাৰ নাপাওঁ ?

প্ৰশ্ন ৭: দুজনী গায়ে দুদিনত চাৰি লিটাৰ গাখীৰ দিয়ে, তেন্তে দহ জনী গায়ে দহ দিনত কিমান লিটাৰ গাখীৰ দিব ?



উত্তৰসমূহ হল:
১) এন্ধাৰ,    ২) ৰাস্তা ,    ৩) কিন্নৰ বা হিজৰা ,    ৪) সামুদ্ৰিক কেকোঁৰা ,   ৫) নিম গছ কাৰন নিম গছে কাৰ্বনডাই অক্সাইড গেছ নিৰ্গত কৰে| ,    ৬) দাঁত ,   ৭) ১০০ লিটাৰ(এ শ লিটাৰ)

Post a Comment

1 Comments