Top 2 Picnic Place Visit in Assam in Assamese language || অসমত বনভোজৰ ২ খন ঠাই দৰ্শন কৰো আহক ||

অসমৰ ভিতৰত ২ খন বিশেষ ধৰনৰ বনভোজ খোৱাৰ  ঠাই আপোনালৈ আগবঢ়ালো | গতিকে আগন্ত দিনবোৰত যদি যাবলৈ সুবিধা পায় তেতিয়াহলে নিশ্চয় যাব, কাৰন তাত বহুতো আনন্দৰ লগতে অভিজ্ঞতা ও লাভ কৰিব পাৰিব ||



ঠাই দুখন তলত উল্লেখ কৰা হল - ⬇

বগামাটি (Bogamati):  বগামাটি ঠাইখন ভাৰত আৰু ভুটানৰ সিমান্তত অৱস্হিত | দুখন পৰ্বতৰ মাজভাগত এই ঠাইখন |
                        
 অসমৰ বাগছা জিলাত অৱস্হিত এই ঠাইখনে পৰ্য্যটকসকলক আকৰ্ষিত কৰে | অঞ্চলটো ডাঙৰ ডাঙৰ গছৰে প্ৰসিদ্ধ আৰু লগতে পাহাৰৰ পৰা নামি অহা ঝড়না ইত্যাদি |
স্হান:  গুৱাহাটিৰ পৰা 91 কিলোমিটাৰ (NH27) বগামাটিলৈ |


দিচাংমুখ (Disangmukh):  আহোমসকলৰ দিনত ই এক পৰিবহনৰ গুৰুত্বপূৰ্ন মাধ্যম আছিল | ব্ৰিটিছ শাসনৰ সময়ত শিৱসাগৰৰ পৰা আন ঠাইলৈ যোৱাৰ ডিচাংমূখ ঠাইখন এটা অন্যতম ঘাট হিচাপে জনা গৈছিল | অন্য দেশৰ বাবে দিচাংমুখ এখন বনভোজ খোৱাৰ বাবে অন্যতম ঠাই য'ত প্ৰতি বছৰে বহুতো পৰ্য্যটক আহে  |  বনভোজ (picnic) খোৱাৰ প্ৰধান সময় হল শীতকাল, য'ত দেখা যায় বহুতো প্ৰজাতিৰ চৰাই |
             
        ব্ৰক্ষপুত্র নদীত পানী শুকুৱাৰ বাবে বালিৰ মৰুভূমি সদৃশে যেন পৰ্য্যটকসকলৰ মন শান্তি কঢ়িয়াই আনে | সূৰ্যোদয় আৰু সূৰ্যস্তৰ সময়ত ঠাইখনত যেন এক স্বৰ্গীয় অভিজ্ঞতা মনলৈ আনে |
       দিচাংমুখ ঠাইখন বনভোজ খোৱাৰ বাবে উত্তম ঠাই কাৰন প্ৰতিটো মূহূৰ্তই মনোমোহা কৰি তুলে প্ৰকৃতিয়ে | ইয়াৰ প্ৰধান fastival হল দিচাং | দুই বছৰৰ মুৰে মুৰে অনুষ্ঠিত কৰা হয় | সাধাৰনতে জানুৱাৰীৰ প্ৰথম সপ্তাহত ই অনুষ্ঠিত হয় |
      আপোনাৰ যদি শিৱসাগৰ যোৱাৰ পৰিকল্পনা থাকে তেতিয়াহলে দিচাংমুখ ঠাইখন নিশ্চয় আপোনাৰ তালিকাখনত অন্তৰভূক্ত কৰিব |







মোৰ ফালৰ পৰা আপোনালৈ এটা সাধাৰন জ্ঞানৰ প্ৰশ্ন আগবঢ়ালো .... উত্তৰটো comment কৰি নিশ্চয় জনাব !
PLEASE COMMENT ME ⬇
প্ৰশ্নটো হ'ল :  যদি তিনিজনী মূৰ্গীয়ে তিনিদিনত তিনিটা কণী পাৰে | তেন্তে তিনি শ জনী মূৰ্গীয়ে তিনিদিনত কেইটা কণী পাৰিব ?

Post a Comment

0 Comments