Top 3 Apps for Students Life || ছাত্র-ছাত্রী সকলৰ বাবে বিশেষ ৩টা অ্যাপ্লিকেশন || General Knowledge in Assamese Language ||


Top 3 Apps for Students Life || ছাত্র-ছাত্রীৰ বাবে বিশেষ ৩টা এপ ||

আপোনালোৰ বাবে আজি লৈ আহিছো বিষেশ এপ যত আমাৰ দৈনিক জীৱনত কিছুমান অসুবিধাসমুহ সহজ-সৰল কৰিব তুলিবৰ বাবে ||

১) Photomath App:

      এই Appৰ জৰিয়তে অন্যান্য অংক যিবোৰৰ সমাধান আপুনি নাজানে বা সমাধান কৰিব নোৱাৰে তেনে কামত এই Photomath Appটো বহুত সহজ-সৰল  সমাধান আগবঢ়াই | যিটো আপুনি সকলো তথ্যই বুজি পাব | ই আপুনাৰ Android Mobileত Scan কৰি বহুত সহজে উত্তৰবোৰ বা সমস্যাবোৰ সমাধান কৰব পাৰে ||


     এই App টো ছাত্র-ছাত্রীসকলৰ বাবে অতি গুৰুত্বপু্ৰ্ণ | যিসকলৰ Tution Teacher নাই বা অভিভাৱকৰ পৰা শিক্ষাৰ তেনে সুবিধা নাই সিহতে এই এপ ৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে উত্তৰটো উলিয়াই দিব পাৰিব |
Link:  Click Here


২) Alarmy app:

       আমি যেতিয়া ৰাতিপুৱা সোনকালে উঠাৰ চেষ্টা কৰো বা ৰাতি ভাৱি থও যে ৰাতিপুৱা সোনকালে উঠিম বুলি কিন্ত পিছদিনা ৰাতিপুৱা শুই উঠিব মন নাজাই কাৰন ৰাতি যি ভাৱি থও সেয়া ৰাতিপুৱা এলাহ লগাৰ কাৰনে সকলোবোৰ পাহৰি যাও !

       মোবাইলত বা ঘড়ীত এলাৰ্ম দিলেও ৰাতিপুৱা যিসকল বন্ধ কৰি আকৌ শুই যায় সিহতৰ বাবে বহুতো প্ৰয়োজনীয় এই এপ টো |

     এই Alarmy Appত আছে -   অংক(math), calculation mode, Shaking mode  আদিৰে আপোনাক বহুতো পদ্যতিৰে সাৰ পোৱাব আৰু উঠাৰ পিছত যাতে শুব নাযায় তাৰ বাবে আপোনাক app টোৱে কৰিব দিব অংক |

ছাত্র-ছাত্রীসকলৰ বাবে এই App টো বহুত প্ৰয়োজনীয় |

Link: Click Here


৩) Notesgen:

      ইয়াত আপুনি সকলোবোৰ কিতাপৰ টোকা (Subject Notes) বিনামূল্যত উপভোগ কৰিব পাৰিব | ই এনেকুৱা এটা App য'ত ছাত্র-ছাত্রী, শিক্ষক, ব্যৱসায়ীক আদি সকলোৱে ইয়াত বহুতো ধৰনৰ জ্ঞান বা তথ্য ভাগ-বতৰা(share) কৰে | এইবোৰ তথ্য ভাগ-বতৰা কৰি বহুতে কিছু অংশৰ টকাও আয় কৰিব সক্ষম হৈছে | এই Notesgen App টো পৃথিৱীৰ প্ৰায় সকলো ঠাইতে এতিয়া প্ৰচলিত হৈ আহিছে ||


Link: Click Here

Post a Comment

0 Comments